Fight Against Injustice of APSC
@FightApsc
Advocating for fairness & transparency in Assam Public Service Commission exams 🔍Exposing corruption and malpractice in the govt recruitment process 💬 Join us
Respected Sir @himantabiswa The meritorious students hv not got Justice yet in the said exam i.e. Assam Civil Services Exam 2013 which u questioned even when u were neither CM nor part of this Govt. @narendramodi @AmitShah @PMOIndia (1/3)
Result of Assam public service examination has been announced.Did meritorious students get justice?Can APSC exam be transparent like TET?(1)
প্ৰসংগ: অভিযন্তা যোশিতা দাসৰ আত্মহনন আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ অধীনৰ ৰাজ্যৰ লোক নিৰ্মাণ বিভাগত চলি থকা মুকলি কমিছনৰাজৰ জীয়া ছবিখন।।

📌
’১৬ চনত দৌৰিলোঁ - “জাতি, মাটি, ভেটিৰ পিছত”। ’২১ চনত দৌৰিলোঁ - “মোগল আৰু আজমলৰ পিছত”। ’২৬ চনত দৌৰিম - “উচ্ছেদৰ পিছত”। অসমৰ ৰাইজৰ কাম কেৱল দৌৰা… হিমন্ত বিশ্ব শৰ্মাৰ কাম অসমৰ ৰাইজক দৌৰোৱা… বাকী সকলো কথা পাহৰি যাওক - • পাহৰি যাওক - মূল্যবৃদ্ধিৰ কথা; • পাহৰি যাওক - আচ্ছে দিনৰ…
💥💥💥পথৰ দুৰৱস্থাৰ বিপৰীতে অসমত অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে টোল কৰ।। ◼️ অসমৰ ৯খন টোলগেটৰ পৰা সংগ্ৰহ ১৯৯৭ কোটি টকা।। ◼️গালিয়া টোলগেটত অস্বাভাৱিক ভাবে টোলকৰ সংগ্ৰহ বৃদ্ধি পালে ১৪৮% ◼️চেন্ট্ৰেল ভিজিলেন্স কমিচনত অভিযোগ দাখিল
টোলগেটত লুটৰাজ ! পথৰ দুৰৱস্থা , জনতাক টোলকৰৰ মাধমাৰ।অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১৯৯৭ কোটি।অস্বাভাৱিক হাৰত অসমত বৃদ্ধি টোলকৰ সংগ্ৰহ
🔷 বিজেপি সাংসদ বিজুলী কলিতা মেধিৰ স্বামীৰ ফেচবুক পোষ্টে তুলিছে ধুমুহা

#BREAKING 🔹 29 APSC scam accused dismissed through fresh orders. 🔹 Gauhati HC had earlier quashed the dismissal of 52 officers. 🔹 Govt now forced to reinstate over 20 dismissed scam beneficiaries as well. 🔁 No SLP filed #APSCScam #AssamNews #CorruptionWatch


💥💥💥 উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত পূৰ্বৰ বৰ্খাস্তকৰণৰ আদেশ বাতিল হোৱা ২৯ এ চি এছ বিষয়াক পুনৰ বৰ্খাস্ত।।

"এগৰাকী মহিলা অভিযন্তাৰ আত্মহননে লোক নিৰ্মাণ বিভাগকে ধৰি অসমৰ সকলো চৰকাৰী বিভাগৰ ভয়াৱহ দুৰ্নীতি আৰু কমিচনৰাজৰ সত্য উদঙাই দিলে ! মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবনে ?" - @OfficeOfJB
💥💥💥স্বয়ং মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাসৰ মৃত্যুৱে উদঙাইছে লোক নিৰ্মাণ বিভাগত চলি থকা বৃহৎ কেলেংকাৰী।। 📌 লোক নিৰ্মাণ বিভাগত চলি থকা অৰাজকতা আৰু 'কি কি' বাহিনীৰ ছিণ্ডিকেটৰ কাহিনী এতিয়া পুনৰ চৰ্চাত।।


"স্মাৰ্ট মিটাৰ বন্ধ হ'ব বুলি ক'ব আহিছে।। আৰে বাবা! চাহাবে কিমান ডাঙৰ ডাঙৰ দেশ ভ্ৰমণ কৰে, কিমান কম্প্ৰমাইজ কৰে আদানিৰ স্বাৰ্থত।। গতিকে,আমি কেইটামান অসমীয়াৰ বাবে আদানিৰ মিটাৰ বন্ধ কৰিব নোৱাৰো দেই।" কি ক'লে -অসমীয়াৰ তেজ শুহিছে? অসমীয়াৰ গাত তেজ থাকিলে মই আজিৰ স্থানত কাহানিও...


◼️টোলকৰৰ মাধ্যমেৰে অসমৰ পৰা সংগ্ৰহ প্ৰায় ২০০০কোটি টকা।। ◼️আটাইকেইখন টোলগেটৰ ভিতৰত মদনপুৰ টোলগেটৰ সংগ্ৰহ সৰ্বাধিক ৫৩৮ কোটি টকা ◼️মধ্যবিত্তৰ শোষণৰ মোদী চৰকাৰৰ এক অন্যতম অস্ত্ৰ হৈছে - টোল গেট ◼️ নিম্ন মানদণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ, অবৈধ টোল গেটটো দিব লগা হৈছে অত্যাধিক টোল কৰ।।

🚨 যদি অসমীয়াই বৈধ অস্ত্ৰ লৈহে জীয়াই থাকিব পৰা পৰিবেশ হৈছেগৈ তেন্তে গৃহ বিভাগটো বন্ধ কৰি দিয়ক মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়া ⁉️ ডাবল ইঞ্জিন চৰকাৰ থকা স্বত্বেও উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে শপতনামা দিব নোৱাৰি এতিয়া লম্ফ জম্ফ কৰি লাভ নাই।।

উচ্চ ৰক্তচাপৰ দৰব Planep 25 ৰ এমাহ আগলৈকে দাম আছিল 419 টকা আৰু এতিয়া 483 টকা।
বিজেপি চৰকাৰৰ দিনত এতিয়া জীয়াই থকাটোও এক বিলাসিতা অস্বাভাৱিক পৌৰকৰ বৃদ্ধি,স্মাৰ্ট মিটাৰৰ সন্ত্ৰাস,নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি আদিৰ ভৰত যদি আপোনাৰ ককাল এতিয়াও পোন হৈ আছে,তেন্তে এতিয়া সাজু হওক কাৰণ জনতাৰ মূৰত মাধমাৰ দি এতিয়া হোৰাহাৰে বাঢ়িছে জীৱনদায়িনী ঔষধৰ মূল্য।
🚨 #ভুৱা_জবকাৰ্ড ৰ কথাই হওক অথবা পিএম কিষান আঁচনিৰ নামত অসমত সৃষ্টি হোৱা ৮ লাখ ৪৪ হাজাৰ #ভুৱা_কৃষক ৰ কথা... #দুৰ্নীতিৰ_অভিকেন্দ্ৰ সদায় অসম যাৰ বাবে @grok য়েও মাত্ৰ দুদিনৰ পূৰ্বে দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্য মন্ত্ৰী হিচাপে আমাৰ জনৰ নামেই স্পষ্টকৈ উল্লেখ কৰিছে।।
#PM_Kisan_multi_Crore_Scam 📢 ৰাজনৈতিক পৃষ্ঠপোষকতাতেই মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে পি এম কিষাণ আঁচনিৰ নামত 44হাজাৰ ভুৱা কৃষকৰ জৰিয়তে চলালে 567কোটি টকাৰ লুন্ঠন। ◾দালালৰ জৰিয়তে বিক্ৰী কৰা হৈছিল পঞ্জীয়নৰ আইডি-পাছৱৰ্ড।। ◾আনকি ভুৱা অখিল গগৈৰ নামটো উলিয়াই নিলে আঁচনিৰ ধন 😎
#Breaking 🚨স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল 📌 CM ভিজিলেন্সে দাখিল কৰিলে অভিযোগনামা 📌 ৩টা গোচৰত অভিযোগনামা দাখিল CM ভিজিলেন্সৰ 📌 মুঠ ৬৪জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে বুলি জানিব পৰা গৈছে।।