TheCrosscurrent.in
@Crosscurrent_in
To reveal, To inform. To move forward boldly and fearlessly.
"উচ্ছেদ কৰি বাংলাদেশী সমস্যা সমাধান কৰিম বুলি চৰকাৰে যি কথা কৈছে, সেইটো গছত গৰু উঠা কথা কৈছে।" উচ্ছেদৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া।
মন্ত্ৰীৰ ঘৰৰ সৌন্দৰ্যবৰ্ধনৰ নামতো ব্যয় হ’ব কোটি টকা। বাঁহৰ কাৰিকৰী কামে সুৱগা চৰাব মন্ত্ৰীৰ বাসগৃহ। ধাৰত ডুব যোৱা চৰকাৰৰ আজব-অদ্ভূত কাণ্ড। ১ কোটি ৯২ লাখ টকীয়া সৌন্দৰ্যৰে উজ্বলিব দিছপুৰ!
বিহাৰৰ অৱস্থা দেখি দুখ লাগিছে চিৰাগ পাছোৱানৰ। চৰকাৰৰ লগত থাকিও একো কৰিব পৰা নাই চিৰাগ পাছোৱানে। কিন্তু কিয়? ক্ষমতাৰ মোহতেই মিত্ৰতাত আছে নেকি চিৰাগ পাছোৱান?
চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া সন্দৰ্ভত কবি জীৱন নৰহৰ এটি কবিতা
🛑৮০ৰ দশকটো কেনেকুৱা আছিল? 🛑সেই অস্থিৰ সময়বোৰ কেনেকৈ পাৰ কৰিছিল অসমীয়াই? 🛑নক্সাল আন্দোলনৰ পৰা অসম আন্দোলন হৈ আলফাৰ সংগ্ৰামলৈকে... 🛑৮০ৰ দশকৰ ছবি জিলিকিছে ছেলুলয়ডত 🛑কি আছে 'ক'লাজ'ত, কি ঘটিছিল 'ক'লাজ'ৰ আঁৰত? 🛑খুহুটীয়া কথাৰ পৰা সংগ্ৰাম-বিৱৰ্তনৰ কথা সামৰি... 🛑‘দ্য…
গুৱাহাটীত থলুৱাৰ মাটি কাঢ়ি আদানীৰ 'এৰ'চিটী'ৰ পৰিকল্পনা। গৃহহীন হ'ব প্ৰায় ২০০ টা খিলঞ্জীয়া পৰিয়াল।
অসমৰ পৰা সকলো বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দাবী ১৫ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ
#graphiccontent সমাপ্তিৰ পথত থাইলেণ্ড-কম্বোডিয়াৰ সংঘা*ত। ড'নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত সমাপ্তিৰ দিশে দুই ৰাষ্ট্ৰৰ সংঘা*ত। যুদ্ধ বিৰতিত সন্মত দুয়োখন ৰাষ্ট্ৰ।
বি জে পিৰে মিত্ৰতাত থকাৰ বাবেই ভালকৈ কাম কৰিব পৰা নাই প্ৰমোদ বড়োৱে। সদায় বি জে পিৰ হেঁচাত কাম কৰিবলগা হৈছে প্ৰমোদ বড়োৱে। বি জে পিক ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীৰ সকীয়নি।
বৰষুণ নাই, পথাৰত চিৰাল ফাট। কৃষকক পিঠি দি সন্ধানহীন মন্ত্ৰী অশোক সিংঘাল। কেতিয়া সাৰ পাব চৰকাৰ, বিভাগীয় মন্ত্ৰী? ক’ত গ’ল ১০০% ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি?
শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভা উপলক্ষে বিনামূলীয়া চিকিৎসা সেৱা আৰু চিকিৎসা সঁজুলি প্ৰদান।
"উচ্ছেদত কিমান বাংলাদেশী পালে আৰু কিমান ভাৰতীয় নাগৰিক পালে সেই কথা চৰকাৰে স্পষ্ট কৰক।" এই আহ্বান APCCৰ সভাপতি গৌৰৱ গগৈৰ।
“২৬ত কংগ্ৰেছৰ চৰকাৰ হ’লে নিস্তাৰ নাই দুৰ্নীতিগ্ৰস্তৰ”। “এটা এটাকৈ দুৰ্নীতিগ্ৰস্তক শাস্তি দিব কংগ্ৰেছে”। নিস্তাৰ নাই PWDত দপদপাই থকা ‘কীকী’ বাহিনীৰো! কি ঘটিছে লোক নিৰ্মাণ বিভাগত? “কমিছনৰ বাবেই PWD নিজৰ হাতত ৰাখিছে মুখ্যমন্ত্ৰীয়ে”
ধৈৰ্যচ্যুতি ঘটিছে অসমৰ মুখ্যমন্ত্ৰীৰ।কি কৰিব ক’লৈ যাব ? জোৰ পুৰি হাত পালে কিন্তু মুখ্যমন্ত্ৰীৰ হেৰাইছে আত্মবিশ্বাস।কাৰ নাম লৈ ভোট ল’ব,কাৰ কথা ক’লে ভোট দিব ।একো তত ধৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে। কি হৈছে মুখ্যমন্ত্ৰীৰ ?
OFF THE RECORD II অসম আন্দোলন-চুক্তি,আলফা কোনেও সকাহ দিব নোৱাৰা অসমীয়াক BJP য়েহে বোলে দিব সকাহ !