Dr. Samujjal Bhattacharjya
@SamujjalBhatta
Chief Advisor, All Assam Students' Union (AASU) & North East Students' Organisation | President, Asom Unnati Sabha | RTs & likes are not endorsements | MAA🙏🏻
ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ গুৱাহাটীত নিৰ্মিত শ্বহীদ স্মাৰক উদ্যান অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু সদৌ অসম ছাত্ৰ সন্থাই যৌথভাৱে পৰিদৰ্শন কৰাৰ মুহুৰ্ত্ত।অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰকল্পৰ বাবে প্ৰাথমিক পৰ্য…




Deeply saddened at the passing of Padma Shree Ratan Thiyam,a distinguished theatre personality,playwright, director and writer.He was instrumental in popularising ancient Indian traditions all over the World. Condolences to the family and admirers across the Globe. RIP Legend…

যশস্বী সাহিত্যিক,নলবাৰী ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্য্যৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ।বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে নিজ ভাষা ৰক্ষাৰ্থে অহোপুৰুষাৰ্থ কৰিছিল।তেখেতৰ মৃত্যু ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি। বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক গভীৰ…

বিলুপ্তপ্ৰায় খিলঞ্জীয়া ভাষা সংৰক্ষণৰ এক সফল প্ৰয়াস
We’re racing against time to archive the Khamyang language through #DigitisingAssam. Supported by AASU this Endangered Language Programme (ELP), also covers Tai Phake & Singpho. @Utpal_Assam @SamujjalBhatta
ম্যানমাৰৰ আলফা (স্বা) শিৱিৰত হোৱা আক্ৰমণে আমাক উদ্বিগ্ন কৰিছে। আলফাৰ সৈতে লক্ষ্য আৰু পন্থা একে নহ’লেও অসমীয়া সন্তানৰ মৃত্যুত মৰ্মাহত হৈছোঁ; শোক প্ৰকাশ কৰিছোঁ। অসমৰ ৰাইজে শান্তি বিচাৰে। চৰকাৰে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে আলফাৰ (স্বা) সৈতে আলোচনা প্ৰক্ৰিয়া ত্বৰান্বিত কৰক।…
যোৱা ২৩ জুন, ২০২৫ তাৰিখে আমাৰ মা পৰলোকগামী হয়। আমাৰ পৰিয়ালৰ এই শোকৰ মুহূৰ্তত যিসকসল সুহৃদ শুভাকাংক্ষী, দল-সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানে আমাৰ কাষত ঠিয় দিলে, পৰিয়ালটোক এষাৰ মাত দিলে তেখেতসকলৰ সদৌটিলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। শোকৰ ক্ষণত সাহস আৰু সকাহ প্ৰদান কৰাৰ বাবে আমি চিৰ ঋণী…
The latest Level-2 travel advisory for India (travel.state.gov/content/travel…) by the US State Department is unwarranted and unjustified. The entire North-Eastern region is safe and best known for its hospitality. It has always welcomed visitors from across the globe. Such blanket…
Wishing all on International Yoga Day. Yoga is the technology of self-transformation. It not only keeps one's mind calm but boosts immunity also. On #InternationalYogaDay, let us pledge to be fit and make it a daily routine.
মুকুতিৰ সুৰেৰে জাতিৰ সাহস হোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এক অনন্য ব্যক্তিত্বৰ অধিকাৰী।আনৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া এই মহান শিল্পীগৰাকীৰ প্ৰতিটো সৃষ্টিত আছিল অধ্যয়ন, নিষ্ঠা আৰু আবেগৰ এক অপূৰ্ব সমাহাৰ। ৰাভা দিৱসৰ দিনটোত অসমীয়া জাতিৰ ভোটা তৰা কলাগুৰু বিষ্ণুপ্ৰসাদ…

অসমৰ জাতীয় জীৱনৰ জ্যোতি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিৱসৰ পৱিত্ৰ দিনটোত মনীষি গৰাকীক সশ্ৰদ্ধ প্ৰণাম

Deeply concerned about the black smoke emanating from ONGC Rig No. RDS 147 in Sivasagar. The reported gas leak and potential crude oil leakage pose significant environmental and public health risks. Urging immediate investigation and remedial action. @HardeepSPuri @himantabiswa…
Deeply saddened by the news of the Air India flight crash from Ahmedabad to Gatwick. Thoughts and prayers are with all those on board and their families. Praying for survivors and strength to the families affected. Awaiting more details from the DGCA. Urge the authorities to…
অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি,নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিত মহাপুৰুষজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। গুৰুজনাই অসমীয়া সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানে বৃহত্তৰ অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি পেলোৱাৰ লগতে অসমৰ…

অসমৰ ডিমা হাচাও জিলাৰ ৰশ্মিতা হোজাই নামৰ যুৱতী এগৰাকীৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ।অতি মেধাসম্পন্ন ছাত্ৰী গৰাকীয়ে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে এক সন্দেহজনক পৰিস্থিতিত তেখেতৰ মৃতদেহ উত্তৰাখণ্ডত উদ্ধাৰ হোৱা কাৰ্য্যই আমাৰ যুৱক-যুৱতীৰ…
Deeply disturbed by the horrific murder of Raja Raghuvanshi, an Indore resident, in Meghalaya. Justice must be swift, firm, and uncompromising. What is also disturbing is the racist media frenzy by certain media outlets and social media handles, which unjustifiably vilifies and…
আজিৰ ঈদ-উজ-জোহাৰ এই পবিত্ৰ ক্ষণত অসমৰ সমূহ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই উৎসৱে ৰাজ্যখনৰ সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰখাৰ লগতে ভাতৃত্ববোধ অধিক কটকটীয়া কৰিব বুলি আশা ৰাখিলোঁ। #EidMubarak #EidulAdha2025

This beautiful Earth is our shared home. It's our collective duty to preserve and cherish #MotherEarth's natural beauty. Let's commit to creating a cleaner, greener future for generations to come. Happy #WorldEnvironmentDay to everyone! #EnvironmentDay2025
গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ কামৰূপ(মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ কেইটামান মুহুৰ্ত। এই অনুষ্ঠানত ২০২৫ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ…
The wait is over! 🏆 Congratulations to Royal Challengers Bangalore on their historic maiden IPL triumph after 18 years. The team has displayed remarkable talent, resilience, and unity throughout the season. A special mention to @imVkohli for his consistent performances and…
