Da NEWS PLUS
@DANEWSPLUS
Da News Plus is an Assamese Satellite Channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam, India and the World.
অগপত দাবী ধমকি দিলেই টিকট নাপায় কাৰণ এইটো চিনেমা হলৰ টিকট নহয় - অতুল বৰা

গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড... #Da_News_Plus #dailynews #guwahatiuniversity #assam

"মই মহা খেচেৰা মানুহ, মই কিন্তু জাম্ভা নহয়", মই যিটো কাম কৰিম ভাবোঁ, শেষ হোৱালৈ লাগি থাকোঁ"-ফণীভূষণ চৌধুৰী #Da_News_Plus #dailynews #assam #PhaniBhusanChoudhury

২০০ কোটি উপাৰ্জন কৰি অভিলেখ ভংগ কৰিলে "ছাইয়াৰা" ছবিয়ে #Da_News_Plus #dailynews #bollywood #saiyaara #movie

▶ ‘আমবাৰীৰ অসুস্থ হাতী ঔষধ খোৱাই সুস্থ কৰা হৈছে’ ▶ ‘হাতীটো সুস্থ হৈ উঠিছে , ১৫ দিনৰ ভিতৰত দৌৰিবলৈ সাজু’ ▶ অগপৰ জেষ্ঠ্য নেতা সাংসদ ফণী ভূষণ চৌধুৰী #Da_News_Plus #dailynews #assam #ambarí #PhaniBhusanChoudhury

"ফেঁটি সাপক বিশ্বাস কৰিব পাৰি, কিন্তু হাগ্ৰামা মহিলাৰীক বিশ্বাস কৰিব নোৱাৰি"- ৰঞ্জিত বসুমতাৰী #Da_News_Plus #dailynews #assam #BTC #HagramaMohilary

Da NEWS PLUS ৰ বাতৰিৰ পাছতে ডO ভূপেন হাজৰিকাৰ বাসগৃহৰ পথৰ পৰা আঁতৰিল গেলা দুৰ্গন্ধময় জাঁৱৰ... #Da_News_Plus #dailynews #DrBhupenHazarika #GMC

ঘোষণা হ'ল এছিয়া কাপ ২০২৫ৰ দিন... #Da_News_Plus #dailynews #assam #asiacup2025 #sports

▶ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা #Da_News_Plus #dailynews #america #aeroplane #fire

বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ #Da_News_Plus #dailynews #PijushHazarika #AkhilGogoi

কংগ্ৰেছক তীব্ৰ সমালোচনা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ... #Da_News_Plus #dailynews #assam #inc #RanojPegu

আজি প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী ড০ এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী #Da_News_Plus #dailynews #APJAbdulKalam #todaynews

ভাৰতীয় ৰে'ল বিভাগে ৰচিলে ইতিহাস, হাইড্ৰজেন চালিত ৰে'লৰ সফল পৰীক্ষণ

APSC কাণ্ডক লৈ চৰকাৰক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ #Da_News_Plus #dailynews #assam #GauhatiHighCourt

📌 ‘অখিল গগৈৰ মতে সন্দেহযুক্ত নাগৰিকে গোটেই অসমখন লৈ লোৱাটো বিচাৰে’, পীযূষ হাজৰিকা #Da_News_Plus #AkhilGogoi #PijushHazarika #assam #AssamNews
